Begin typing your search above and press return to search.

অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডত পদখালী

আগ্ৰহী প্ৰাৰ্থী সকলে তলত উল্লেখ কৰা তথ্যসমূহ চাব পাৰে।

অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2021 12:35 PM GMT

অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডৰ বিষয়েঃ


অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেড (AEGCL) হৈছে কোম্পানী আইন ১৯৫৬ৰ অধীনত পঞ্জীয়নভুক্ত এটা ৰাজহুৱা খণ্ডৰ কোম্পানী। ২০০৩-ত অসম ৰাজ্যিক বিদ্যুত বোৰ্ডৰ পুনৰ গঠনৰ জৰিয়তে এই কোম্পানী গঠন কৰা হয়। ইয়াৰ কাম হৈছে বিদ্যুত উত্পাদনস্থীলৰ পৰা দক্ষতাৰে বিদ্যুত যোগান ধৰা। এই কোম্পানীয়ে ৬৬ কে ভল্টেজৰ ওপৰৰ ৩,৮৬২ চাৰ্কিট কিলোমিটাৰৰ ই এইচ বি লাইন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। আৰু ৩৮ টা ই এইচ ভি উপ-কেন্দ্ৰও এনেদৰে উত্তৰাধিকাৰ হয়।


অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডৰ নিযুক্তি 2021ঃ

অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডে ব্যক্তিগত কনছালটেণ্ট (Individual Consultant) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত সবিশেষ তথ্য পাবঃ


এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হৈছেঃ



আগ্ৰহী প্ৰাৰ্থী সকলে তলত উল্লেখ কৰা তথ্যসমূহ চাব পাৰে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

Individual Consultant

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

দৰমহা

মাহিলী ৬০ হেজাৰ টকা।

চাকৰিৰ স্থান

গুৱাহাটী।

বয়স

-

বাছনি প্ৰক্ৰিয়া

-

আবেদনৰ মাচুল

৫০০ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

৩১ ডিচেম্বৰ, ২০২১।

ৱেবছাইট

aegcl.co.in

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ ব্যৱস্থাপনা/ সমাজ বিজ্ঞান/ সমাজ কল্যাণ/ সমাজ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা আৰু ইয়াৰে পাঁচ বছৰৰ অভিজ্ঞতা শক্তি খণ্ডৰ কামৰ হব লাগিব।

আবেদনৰ নিয়মঃ

প্ৰথমে, অফিচিয়েল ৱেবছাইট @ aegcl.co.in চাওক আৰু আপুনি আবেদন কৰিব লগা আইআইটি গুৱাহাটী নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু স্ব-প্ৰত্যায়িত নথিৰ সৈতে আবেদন পত্ৰ অন্তিম তাৰিখত বা তাৰ আগতে (৩১ ডিচেম্বৰ ২০২১) প্ৰেৰণ কৰক।


আৰু চাব পাৰে : NIT হামিৰপুৰ নিযুক্তি ২০২২ – ০৭ অনুষদৰ পদখালী


Next Story
চাকৰি