Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰকল্প সহকাৰী নিয়োগ কৰিবলৈ লৈছে।

অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2020 1:22 PM GMT

খালী পদৰ সংখ্যাঃ ৩টা।

দৰমহাঃ মাহিলী ১২হেজাৰ টকা ৷

নিয়োগৰ স্থানঃ নগাঁও।

প্ৰকল্পৰ বিষয়ঃ থলুৱা প্ৰজাতিৰ মাছৰ বাবে বৈজ্ঞানিক সংৰক্ষণ কৰ্মসূচী ৷

নিযুক্তি প্ৰক্ৰিয়াঃ অহা ২৩জুনত অসম কৃষি বিশ্ববিদ্যালয়ৰ নগাঁবৰ ৰহাৰ কাৰ্যালয়ত মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব।

সাক্ষাৎকাৰৰ তাৰিখঃ ২৩/০৬/২০২০ ৷

সবিশেষ জানিবলৈ http://www.aau.ac.in/data/recruitment/CPI-PA-SCoPIF.PDF চাব পাৰে ।

Next Story