অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কনিষ্ঠ সহায়কৰ পদ খালী

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কনিষ্ঠ সহায়কৰ পদ খালী

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কনিষ্ঠ সহায়কৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ।
Published on

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : কনিষ্ঠ সহায়ক (টেকনিকেল)।

খালী পদৰ সংখ্যা : ০১ টা।

দৰমহা : ১৮,০০০টকা (মাহিলী)

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ৩০/০৯/২০২১ আবেদনৰ মাছুল : ২০০টকা

শিক্ষাগত অৰ্হতা : •স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম শ্ৰেণীত বি চি এ / বি এছ চি(আই টি) কৰা হব লাগিব। লগতে ন্যূনতম তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com