Begin typing your search above and press return to search.

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ ভূপাল)-ত বিভিন্ন পদত নিযুক্তি

এইমছ ভূপালে কনছালটেণ্ট, জে আৰ এফ আৰু পৰীক্ষাগাৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ ভূপাল)-ত বিভিন্ন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2022 12:30 PM GMT

এইমছ-ভূপালৰ বিষয়েঃ

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ ভূপাল) এখন ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান মধ্যপ্ৰদেশৰ ভূপালৰ ছকেট নগৰৰ উপকণ্ঠত অৱস্থিত। এই প্ৰতিষ্ঠান হৈছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিকল্যাণ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত প্ৰতিষ্ঠা কৰা অন্যতম এইমছ।

এইমছ ভূপালে কনছালটেণ্ট, জে আৰ এফ আৰু পৰীক্ষাগাৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

এইমছ-ভূপালত নিযুক্তি ২০২২ঃ

এইমছ ভূপালে কনছালটেণ্ট, জে আৰ এফ আৰু পৰীক্ষাগাৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাথীসকলে এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰ


প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

কনছালটেণ্ট

জে আৰ এফ

পৰীক্ষাগাৰ সহায়ক

নিযুক্তিৰ স্থান

খালী পদ

০১

০১

০১

ভূপাল

বয়সৰ সীমা

৭০ বছৰ

৩০ বছৰ

২৮ বছৰ

ভূপাল

দৰমহা

৬৭ হেজাৰ টকা (মাহিলী)

৩১,০০০ টকা (মাহিলী)

১৪,৯১০ টকা (মাহিলী)

ভূপাল

চাকৰিৰ স্থান

ভূপাল (মধ্য প্ৰদেশ)

অন্তিম তাৰিখ

১৮ জানুৱাৰী,২০২২

আবেদনৰ মাছুল

N/A

প্ৰকল্পৰ সময়

ছমাহ

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

পদৰ নাম

শিক্ষাগত অৰ্হতা

অভিজ্ঞতা

কনছালটেণ্ট

নিয়ম অনুসৰি

Peral R-ৰ নিচিনা প্ৰগ্ৰামিং লেংগুৱেজত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। ডেটা এনালাইচিচ আৰু ডেটা ৰিপ্ৰেজেণ্টেচনৰ কামত অভিজ্ঞতা থাকিব লাগিব।

জে আৰ এফ

এম এছ চি, এম ভি এছ চি, এম টেক।

মলিকুলাৰ বায়োলজীত অভিজ্ঞতা থাকিব লাগিব।

পৰীক্ষাগাৰ সহায়ক

দ্বাদশ শ্ৰেণী

প্ৰাৰ্থীৰ ক্লিনিকেল মাইক্ৰোবায়োলজীৰ পৰীক্ষাগাৰত অভিজ্ঞতা থাকিব লাগিব।

ৱেবছাইট

aiimsbhopal.edu.in


আবেদনৰ প্ৰক্ৰিয়া:

প্ৰথমে অফিচিয়েল ৱেবছাইট aiimsbhopal.edu.in চাব।

এইমছ ভূপালৰ Recruitment বাCareers চাব।

আপুনি তাত শেহতীয়া পদৰ নিযুক্তিৰ জাননী পাব।

সাৱধানেৰে নিৰ্দেশাৱলী পঢ়িব।

ভুল নোহোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব।


১৮ জানুৱাৰী, ২০২২ত সংশ্লিষ্ট সকলো নথিপত্ৰসহ সাক্ষাতকাৰত উপস্থিত হব পাৰে।



আৰু চাব পাৰে :মেঘালয় এম বি এম এ নিযুক্তি ২০২২: জ্যেষ্ঠ মেনেজাৰ (সামাজিক মাধ্যম আৰু যোগাযোগ) খালী পদ


Next Story
চাকৰি