
এইমছ দিল্লীয়ে লেব'ৰেটৰী টেকনিচিয়ান নিযুক্তিৰ বাবে শেহতীয়াভাবে জাননী প্ৰকাশ কৰিছে । আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে ৷
এইমছ দিল্লীৰ নিযুক্তি জাননী-২০২২ঃ
এইমছ দিল্লীয়ে লেব'ৰেটৰী টেকনিচিয়ান পদত নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, খালী পদৰ সংখ্যা, দৰমহা আদিৰ তথ্য চাব পাৰেঃ
পদৰ নাম |
লেবৰটৰী টেকনিচিয়ান |
খালী পদ |
উল্লেখ নাই |
দৰমহা |
মাহিলী ১৮ হেজাৰ টকা |
বয়সৰ সীমা |
৩০ বছৰ |
চাকৰিৰ অৱস্থান |
নতুন দিল্লী |
অন্তিম তাৰিখ |
১৫ অক্টোবৰ, ২০২২ |
এইমছ দিল্লীৰ জাননী অনুসৰি প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ, মেডিকেল লেব'ৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মা থকা হ'ব লাগিব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাৎকাৰ।
আবেদন পত্ৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ প্ৰতিলিপিসহ অহা ১৫ অক্টোবৰ, ২০২২-ৰ ভিতৰত পোৱাকৈ cv.research@29gmail.com লৈ প্ৰেৰণ কৰিব পাৰিব ৷
Disclaimer: Provided by AIIMS Delhi.
এইমছ দিল্লীৰ বিষয়েঃ নতুন দিল্লীস্থিত এইমছ দিল্লী হৈছে আন্তৰ্জাতিকভাৱে স্বীকৃত এখন চিকিৎসা গবেষণা প্ৰতিষ্ঠান তথা হাস্পতাল ৷ এই প্ৰতিষ্ঠান এইমছ আইন, ১৯৫৬ৰ দ্বাৰা শাসিত আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ স্বতন্ত্ৰ প্ৰতিষ্ঠান।