জে আৰ এফ নিয়োগৰ বাবে এইমছ, দিল্লীৰ আবেদন আহ্বান

এইমছ দিল্লীয়ে জে আৰ এফ নিয়োগৰ বাবে আবেদন বিচাৰিছে।
জে আৰ এফ নিয়োগৰ বাবে এইমছ, দিল্লীৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

এই নিয়োগ এইমছ, দিল্লীৰ পেথ'লজী বিভাগত হ'ব।

নিয়োগৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৭-২০২০।

আবেদন অহা ২২ জুলাইৰ বিয়লি ৫ বজালৈকে drshipra0902@gmail.com লৈ পঠিয়াব পাৰিব।

সবিশেষ জানিবলৈ https://www.aiims.edu/images/pdf/recruitment/advertisement/pathology-7-7-20.pdf চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com