Begin typing your search above and press return to search.
এইমছ গুৱাহাটীত অধীক্ষক অভিযন্তা নিযুক্তি
এইমছ গুৱাহাটীত অধীক্ষক অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

খালী পদৰ সংখ্যাঃ ১টা ৷
দৰমহাঃ এক লাখ ২৩হেজাৰ টকাৰ পৰা দুই লাখ ১৫হেজাৰ ৯০০টকা ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ 2২.০৬.২০২০ .
সবিশেষ জানিবলৈ http://www.aiimsbhubaneswar.nic.in. চাওক।
Next Story