এইমছ ৰাইবেৰেলীত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী

এইমছ ৰাইবেৰেলীয়ে জ্যেষ্ঠ চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
এইমছ ৰাইবেৰেলীত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী
Published on

এইমছ ৰাইবেৰেলীৰ বিষয়েঃ 

২০০৯-ত এইমছ ৰাইবেৰেলী প্ৰতিষ্ঠাৰ বাবে অনুমোদন জনোৱা  হয়। প্ৰধানমন্ত্ৰী স্বাস্থ্য যোজনাৰ অধীনত ২০১৩-ত এই সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) ৰাইবেৰেলী নিৰ্মাণ তথা প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি উত্তৰ-প্ৰদেশ চৰকাৰে যোগান ধৰে। 

এইমছ ৰাইবেৰেলীত নিযুক্তি-২০২২ঃ 

এইমছ ৰাইবেৰেলীয়ে জ্যেষ্ঠ চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ 

পদৰ নাম

জ্যেষ্ঠ আৱাসিক চিকিত্সক। 

খালী পদৰ সংখ্যা

৭টা। 

দৰমহা

মাহিলী ৭৯০০০টকা। 

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ। 

বয়সৰ সীমা

সৰ্বোচ্চ ৪৫ বছৰ। 

আবেদনৰ শেষ তাৰিখ

১৩ জানুৱাৰী, ২০২২। 

ৱেবছাইট 

aiimsrbl.edu.in

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ, এম ডি বা এম এছ। 

বয়স ৰেহাইঃ 

ও বি চি প্ৰাৰ্থীৰ বাবে ৩ বছৰ। 

এছ চি-এছ টি প্ৰাৰ্থীৰ বাবে ৫ বছৰ। 

 আবেদন কৰাৰ পদক্ষেপ:

প্ৰথমে, অফিচিয়েল ৱেবছাইট @ aiimsrbl.edu.in চাওক। 

আৰু আপুনি আবেদন কৰিব লগা  নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

জ্য়েষ্ঠ আৱাসিক চিকিত্সকৰ অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

আৱেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (১৩ জানুৱাৰী ২০২২) ভিতৰত পোৱাকৈ আবেদন পত্ৰ দাখিল কৰক আৰু আবেদন পত্ৰ নম্বৰ/স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com