Begin typing your search above and press return to search.

এইমছ ৰাইপুৰত কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ)-ৰ প্ৰয়োজন

এইমছ ৰাইপুৰে কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এইমছ ৰাইপুৰত কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ)-ৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2022 9:08 AM GMT

এইমছ ৰাইপুৰৰ বিষয়েঃ

এইমছ ৰাইপুৰ হৈছে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত স্থাপন কৰা ৬ খন এইমছৰ এখন। স্বাস্থ্যখণ্ডত আঞ্চলিক ভিত্তিক থকা অসমতা দূৰ কৰাৰ উদ্দেশ্যে আৰু চিকিত্সা শিক্ষাৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত আত্মনিৰ্ভৰতা অৰ্জনৰ উদ্দেশ্যে এই এইমছ প্ৰতিষ্ঠা কৰা হৈছে। এনে উদ্দেশ্য দেশত নতুন ৬ খন এইমছ প্ৰতিষ্ঠা কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।

এইমছ ৰাইপুৰত নিযুক্তি-২০২২ঃ

এইমছ ৰাইপুৰে কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাব


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

জে আৰ এফ।

পদৰ সংখ্যা

০১টা।

দৰমহা

প্ৰতি মাহে ৩১ হেজাৰ টকা।

চাকৰিৰ স্থান

ৰাইপুৰ (চত্তিশগড়)।

বয়সৰ সীমা

সৰ্বোচ্চ ৩০ বছৰ।

কামৰ ম্যাদ

এবছৰ।

বাছনি প্ৰক্ৰিয়া

-মেধাভিত্তিত, সাক্ষাতকাৰ।

অন্তিম তাৰিখ

৩১ জানুৱাৰী-২০২২। সাক্ষাতকাৰৰ তাৰিখঃ ০৫ ফেব্ৰুৱাৰী, ২০২২।

ৱেবছাইট-

aiimsraipur.edu.in


শিক্ষাগত অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বায়োকেমেষ্ট্ৰী/বায়োটেকনোলজী / মাইক্ৰোবায়োলজী/ বায়োমেডিকেল ছায়েন্স/ লাইফ ছায়েন্সেছৰ এম এছ চি হব লাগিব।

তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়াঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট aiimsraipur.edu.in চাওক আৰু আপুনি আবেদন কৰিবলগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

জে আৰ এফৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (৩১ জানুৱাৰী-২০২২)-ৰ আগতে আবেদন পত্ৰ দাখিল কৰক




আৰু চাব পাৰে : আই.এ.চি.এছ. নিয়োগ ২০২২ - প্ৰকল্প সহায়ক খালী পদ



Next Story
চাকৰি