এয়াৰ ইণ্ডিয়া নিযুক্তি ২০২৩ - কেবিন ক্ৰুৰ পদ খালী, চাকৰি মুকলি

এয়াৰ ইণ্ডিয়াই কেবিন ক্ৰুৰ পদত নিযুক্তি দিছে। এতিয়াই আবেদন কৰক!
এয়াৰ ইণ্ডিয়া নিযুক্তি ২০২৩ - কেবিন ক্ৰুৰ পদ খালী, চাকৰি মুকলি
Published on

এয়াৰ ইণ্ডিয়াই কেবিন ক্ৰুৰ খালী পদৰ শেহতীয়া চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীয়ে শেষ তাৰিখৰ পূৰ্বে আবেদন কৰিব পাৰিব। এয়াৰ ইণ্ডিয়া ২০২৩ৰ চাকৰিৰ খালী পদৰ বিষয়ে অধিক তথ্য চাওক।

এয়াৰ ইণ্ডিয়া নিযুক্তি ২০২৩

এয়াৰ ইণ্ডিয়াই কেবিন ক্ৰুৰ খালী পদৰ বাবে আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে। নিযুক্তিৰ বিষয়ে অধিক বিৱৰণ তলত দিয়া হৈছে:

এয়াৰ ইণ্ডিয়া চাকৰি মুকলি

পদৰ নাম-কেবিন ক্ৰু

খালী পদৰ সংখ্যা-বিভিন্ন

দৰমহা -প্ৰকাশ কৰা হোৱা নাই

চাকৰিৰ স্থান- সমগ্ৰ ভাৰত

ৱাক-ইন-তাৰিখ- ২৩ ফেব্ৰুৱাৰী ২০২৩

অফিচিয়েল ৱেবছাইট- airindia.in

অৰ্হতা-

এয়াৰ ইণ্ডিয়া নিযুক্তিৰ বাবে অৰ্হতা প্ৰাৰ্থী দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

এয়াৰ ইণ্ডিয়া নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব-

এয়াৰ ইণ্ডিয়াত কেবিন ক্ৰু হিচাপে যোগদান কৰিব বিচৰা প্ৰাৰ্থীসকলে ২৩/০২/২০২৩ তাৰিখে ৱাকিং ইন্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰিব। ঠিকনা আৰু অন্যান্য সবিশেষ- চৰকাৰী অধিসূচনাত উল্লেখ কৰা হ'ব।

এয়াৰ ইণ্ডিয়া -

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ হৈছে কেৰালাৰ কোচিত মুখ্য কাৰ্যালয় থকা ভাৰতীয় কম খৰচী বিমান সংস্থা। ভাৰতীয় ফ্লেগ কেৰিয়াৰ এয়াৰলাইন এয়াৰ ইণ্ডিয়াৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডে (এআইইএল) পৰিচালনা কৰে। মধ্যপ্ৰাচ্য আৰু দক্ষিণ-পূব এছিয়াকে ধৰি ৩৩টা গন্তব্যস্থানলৈ প্ৰতি সপ্তাহত প্ৰায় ৬৪৯খন বিমান সেৱা আগবঢ়ায়। এই বিমান সংস্থাটোৱে প্ৰতি বছৰে প্ৰায় ৪৩ লাখ যাত্ৰী কঢ়িয়াই লৈ যায় আৰু ১৪০টা চহৰৰ যোৰ সংযোগ কৰে। তিৰুৱনন্তপুৰম, তিৰুচিৰাপল্লী, কোঝিকোড, মংগালুৰু আৰু কান্নুৰত ইয়াৰ কেন্দ্ৰ আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com