এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি 2020

Airline Allied Services Limited
Airline Allied Services Limited
Published on: 

এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি 2020

এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেডত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ফাৰ্ষ্ট অফিচাৰ / চিনিয়ৰ ফাৰ্ষ্ট অফিচাৰ

পদৰ সংখ্যা: ১৫

দৰমহা: ২৫,০০০/- ৰ পৰা ৩,৩৫,০০০/- টকা প্ৰতি মাহ।

বয়স: ৪৫ বছৰ

কৰ্ম স্থান: ভাৰতবৰ্ষ

আবেদনৰ মাচুল: ১৫০০/- টকা (এচ.টি/এচ চি প্ৰাৰ্থীৰ বাবে মাচুল ৰেহাই)

আবেদনৰ শেষ তাৰিখ: ১৮/০৯/২০২০

বাচনি প্ৰক্ৰিয়া: সাক্ষৎকাৰ

অধিক জানিবৰ বাবে : Click here 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com