Begin typing your search above and press return to search.

গুৱাহাটীৰ এলেগ্ৰা লেবত ৱেব ডেভেলপাৰৰ পদখালী

গুৱাহাটীৰ এলেগ্ৰা লেবে নিম্নোক্ত ৱেব এপ্লিকেচন ডেভেলপাৰ পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটীৰ এলেগ্ৰা লেবত ৱেব ডেভেলপাৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jun 2021 8:32 AM GMT

পদসমূহঃ

বেৱ এপ্লিকেচন ডেভেলপাৰ((Node.js) ।

খালী পদৰ সংখ্যাঃ দুটা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী আইটি বা কম্পিউটাৰ ছায়েন্সৰ বি ই / বি টেক / এম ই /এম টেক /এম এছ চি অথবা এম চি এ / বি চি এ হব লাগিব। দক্ষতাঃ Node, Express, MongoDB, MySQL, Redis, Socket.io, WebRTC, Typescript, Vue.js-ত থাকিব লাগিব।

দৰমহাঃ ২৫,০০০টকাৰ পৰা ৪৫ হেজাৰ টকা।

ৱেব এপ্লিকেচন ডেবেলপাৰ (Laravel)

খালী পদৰ সংখ্যাঃ দুটা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী আইটি বা কম্পিউটাৰ ছায়েন্সৰ বি ই / বি টেক / এম ই /এম টেক /এম এছ চি অথবা এম চি এ / বি চি এ হব লাগিব। দক্ষতাঃ PHP 7, Laravel, Nova, Forge, Lumen API, Typescript, Vue.js, Gulp, Webpack, Composer Command line, Github (Good to have knowledge on Docker, CI/ CD Pipeline, Puppet, Jenkins)-ত থাকিব লাগিব।

দৰমহাঃ ২৫,০০০টকাৰ পৰা ৪৫ হেজাৰ টকা।

আবেদনৰ প্ৰক্ৰিয়াঃ অনলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২১।

নিয়ুক্তিৰ স্থানঃ গুৱাহাটী।

ৱেবছাইটঃ www.alegralabs.com/career/

আবেদন জনাবলৈ https://www.alegralabs.com/career চাব লাগিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি