MPSC নিযুক্তি ২০২২ - ৯০০ উদ্যোগ পৰিদৰ্শক কাৰিকৰী সহায়কৰ পদ খালী

মহাৰাষ্ট্ৰ লোক সেৱা আয়োগত ৯০০ উদ্যোগ পৰিদৰ্শক কাৰিকৰী সহায়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে
MPSC নিযুক্তি ২০২২ - ৯০০ উদ্যোগ পৰিদৰ্শক কাৰিকৰী সহায়কৰ পদ খালী

মহাৰাষ্ট্ৰ লোক সেৱা আয়োগ -

মহাৰাষ্ট্ৰ লোক সেৱা আয়োগ (MPSC) হৈছে আৱেদনকাৰীসকলৰ গুণাগুণ আৰু সংৰক্ষণৰ নিয়ম অনুসৰি ভাৰতৰ ৰাজ্য মহাৰাষ্ট্ৰৰ বাবে গোট 'এ' আৰু গ্ৰুপ 'বি' অসামৰিক কৰ্মচাৰী বাছনি কৰাৰ বাবে অনুচ্ছেদ ৩১৫ ৰ অধীনত ভাৰতৰ সংবিধানে সৃষ্টি কৰা এক সংস্থা। এমপিএছচিৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰ ৰাজ্যিক ৰাজধানী মুম্বাইত অৱস্থিত।

মহাৰাষ্ট্ৰ লোক সেৱা আয়োগ (এমপিএছচি) হৈছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩১৫ৰ অধীনত স্থাপিত এক সাংবিধানিক সংস্থা যি বিভিন্ন চৰকাৰী পদৰ বাবে উপযুক্ত প্ৰাৰ্থী প্ৰদান কৰি মহাৰাষ্ট্ৰ চৰকাৰৰ এক মসৃণ আৰু দক্ষ কাৰ্যকলাপ প্ৰদান কৰে আৰু তেওঁলোকক বিভিন্ন সেৱা বিষয়যেনে নিযুক্তি নিয়ম প্ৰস্তুত কৰা, পদোন্নতি, স্থানান্তৰ আৰু অনুশাসনমূলক পদক্ষেপ আদিৰ ওপৰত পৰামৰ্শ দিয়ে।

মহাৰাষ্ট্ৰ লোক সেৱা আয়োগত পদ খালী :

মহাৰাষ্ট্ৰ লোক সেৱা আয়োগত শেহতীয়া ভাৱে ৯০০ উদ্যোগ পৰিদৰ্শক কাৰিকৰী সহায়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে।

পদ নাম 

উদ্যোগ পৰিদৰ্শক, কাৰিকৰী সহায়ক

খালী পদ 

৯০০

দৰমহা

১৯,৯০০ - ১,১২,৪০০০/- টকা, প্ৰতি মাহে

অৱস্থান

 মহাৰাষ্ট্ৰ

আৱেদন প্ৰক্ৰিয়া

অনলাইন 

বয়স

নূন্যতম ১৮বছৰ আৰু অধিকতম ৩৮বছৰ

আৱেদন মাছুল

 • অসংৰক্ষিত - ৩৯৪/- টকা

• সংৰক্ষিত - ২৯৪/- টকা

• অন্য - নিল

• পৰিশোধ ধৰণ - অনলাইন

বাছনি প্ৰক্ৰিয়া 

 লিখিত পৰীক্ষা, সাক্ষাৎকাৰ

তাৰিখ 

• আৰম্ভণি - ২২/১২/২০২১

• অন্তিম - ১/০১/২/২০২২ 

খালী পদৰ বিৱৰণ :

পদৰ নাম 

খালী পদ 

উদ্যোগ পৰিদৰ্শক

 ১০৩

এছ ই ইন্সপেক্টৰ

১১৪

কাৰিকৰী সহায়ক

১৪

আয়কৰ সহকাৰী

 ১১৭

ক্লেৰিকেল টাইপিষ্ট্ (মাৰাঠী )

৪৭৩

ক্লেৰিকেল টাইপিষ্ট্ (ইংৰাজী)

 ৭৯ 

পদ সমুহৰ বাবে শিক্ষাগত অৰ্হতা :

পদৰ নাম

অৰ্হতা

উদ্যোগ পৰিদৰ্শক

ডিপ্লোমা/ চিভিল অভিযান্ত্ৰিক বিভাগত ডিগ্ৰী 

এছ ই ইন্সপেক্টৰ

গ্ৰেজুৱেচন 

কাৰিকৰী সহায়ক

গ্ৰেজুৱেচন 

আয়কৰ সহকাৰী

গ্ৰেজুৱেচন 

ক্লেৰিকেল টাইপিষ্ট্ (মাৰাঠী )

গ্ৰেজুৱেচন 

ক্লেৰিকেল টাইপিষ্ট্ (ইংৰাজী)

গ্ৰেজুৱেচন 

দৰমহা : 

পদৰ নাম

দৰমহা  

উদ্যোগ পৰিদৰ্শক

৩৫,৪০০ - ১,১২,৪০০/- টকা

এছ ই ইন্সপেক্টৰ

৩২,০০০ - ১,০১,৬০০/- টকা

কাৰিকৰী সহায়ক

২৯,২০০ - ৯২,৩০০/- টকা

আয়কৰ সহকাৰী

২৫,৫০০০ - ৮১,১০০/- টকা 

ক্লেৰিকেল টাইপিষ্ট্ (মাৰাঠী )

১৯,৯০০ - ৬৩,২০০/- টকা 

ক্লেৰিকেল টাইপিষ্ট্ (ইংৰাজী)

১৯,৯০০ - ৬৩,২০০/- টকা 

আৱেদন প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট mpsc.gov.in লৈ যাওঁক

• MPSC কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• ৱেবচাইট যোগে উল্লেখিত পদ সমূহৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰীক্ষা কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখ ১১ জানুৱাৰী ২০২১ সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ নিজৰ আৱেদন জমা কৰক

• ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং/ ডাক নং সংগ্ৰহ কৰক

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com