গুৱাহাটীত Team Lead নিযুক্তিৰ বাবে এমাজনৰ আবেদন আহ্বান

এমাজন গুৱাহাটীয়ে Team Lead নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে।
গুৱাহাটীত Team Lead নিযুক্তিৰ বাবে এমাজনৰ আবেদন আহ্বান
Published on

নিযুক্তিৰ স্থানঃ গুৱাহাটী ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ www.amazon.in।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি প্ৰাৰম্ভিক data analysis skills থাকিব লাগিব আৰু Excelৰ নিচিনা আহিলা ব্যৱহাৰ কৰিব পাৰিব লাগিব। লগতে , process improvement proposals-ৰ নিচিনা বিষয়ত লিখাৰ দক্ষতা থাকিব লাগিব। পৰিহন উদ্যোগ বা ৰচদ পাতিৰ নিচিনা উদ্যোগত কাম কৰাৰ ন্যূনতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন জনোৱাৰ প্ৰক্ৰিয়াঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে www.amazon.in-ৰ Career Section (Job Portal)-ৰ পৰা আবেদন জনাব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com