Begin typing your search above and press return to search.

এ.এম.চি.এইচত নিযুক্তি ২০২০

AMCH

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2020 6:43 AM GMT

এ.এম.চি.এইচত নিযুক্তি ২০২০

পদৰ নাম: মেডিকেল সামাজিক কর্মী ( : Medical Social Worker)

পদখালী: ০১

শিক্ষাগত অর্হতা: এম.এচ.ডাব্লিউ/ এম.এচ.চি (লাইফ চাইঞ্চ) ডিগ্ৰীধাৰী হব লাগিব

১) ১ বছৰৰ অর্হতা থাকিব লাগিব

২) কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব

দৰমহা: ৩৫,০০০/

আবেদন পদ্ধতি: ইচ্ছুক পার্থী সকলে নিজৰ একাডমীক চার্টিফিকেট লৈ সাক্ষাৎকাৰ হব লাগিব,

তাৰিখ: ৩-০৬-২০২০

সময়: পূৱা ১০:৩০

স্থান: O/o the head of the Department, Medicine, AMCH, Dibrugarh.

অধিক জানিবৰ বাবে : click here

Next Story