Begin typing your search above and press return to search.
অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ উদ্যান শস্য উন্নয়ন বিষয়া নিযুক্তি
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে উদ্যান শস্য উন্নয়ন বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদঃ
উদ্যান শস্য বিষয়াঃ
খালী পদৰ সংখ্যাঃ ১৮টা।
দৰমহাঃ মাহিলী ৫৬,১০০ টকাৰ পৰা ১, ৭৭, ৫০০ টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯/১১/২০২১।
বয়সৰ সীমাঃ ১৮ ৰ পৰা ৩২ বছৰ।
আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।
শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা উদ্যানশস্য বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব। অৱশ্যে ইয়াৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়েও আবেদন জনাব পাৰিব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
Next Story