Begin typing your search above and press return to search.

অসম লোকসেৱা আয়োগত সহকাৰী অভিযন্তা পদত নিযুক্তি ২০২০

APSC

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2020 10:06 AM GMT

অসম লোকসেৱা আয়োগত সহকাৰী অভিযন্তা পদত নিযুক্তি ২০২০

পদৰ নাম- সহকাৰী অভিযন্তা (চিভিল)

পদৰ সংখ্যা-০১

বয়স - ২১ ৰ পৰা ৩৮ বছৰ

অৰ্হতা - চিভিল ইঞ্জিনীয়াৰিঙত স্নাতক ।

দৰমহা- ৩০,০০০ ৰ পৰা ১,১০,০০০

অন্তিম তাৰিখ- ১৬-০৬-২০২০

অধিক জানিবৰ বাবে : click here

Next Story
চাকৰি