Begin typing your search above and press return to search.
অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি2020

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি2020
অসম লোকসেৱা আয়োগত সঞ্চালক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম: সঞ্চালক
পদৰ সংখ্যা - ১
দৰমহা - ৩০,০০০ ৰ পৰা ১,১০,০০০ টকা ।লগতে গ্ৰেড পে ১৫,১০০ টকা ।
অৰ্হতা- স্নাতকোত্তৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰৰিত , লগতে নেছনেল আৰ্ছিভ অফ ইণ্ডিয়াৰ পৰা এবছৰৰ ডিপ্লমা এছিভ চাইন্সত ।
বয়স - ৪৫ ৰ পৰা ৫৫ বয়সৰ ভিতৰত। এছ চি,এছ টিৰ বাবে ৫ বছৰ ৰেহাই । অ বি চি আৰু এম অ বি চিৰ বাবে তিনি বছৰ ৰেহাই ।
আবেদনৰ মাছুল : সাধাৰণ শ্ৰেণী - ২৫০ টকা এছ চি/ এছ টি/ অ বি ছি/ এম অ বি চি - ১৫০ টকা বি পি এল কাৰ্বি থকা প্ৰাৰ্থী - নাই ।
কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ ৱেবছাইটৰ পৰা আবেদন সংগ্ৰহ কৰিব লাগিব।
অন্তিম তাৰিখ: ১২/০৬/২০২০
অধিক জানিবৰ বাবে : Click here
Next Story