Begin typing your search above and press return to search.

সহকাৰী অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

অসম লোকসেৱা আয়োগ (এ পি এছ চি)-এ বিভিন্ন শাখাৰ সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সহকাৰী অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2020 12:31 PM GMT

পদসমূহঃ

সহকাৰী অভিযন্তা( চিভিল)

খালী পদৰ সংখ্যাঃ ১২৮টা।

সহকাৰী অভিযন্তা(মেকানিকেল)

খালী পদৰ সংখ্যাঃ ৩৮টা।

সহকাৰী অভিযন্তা(বৈদ্যুতিক)

খালী পদৰ সংখ্যাঃ ১৬টা।

কনিষ্ঠ অভিযন্তা(চিভিল)

খালী পদৰ সংখ্যাঃ ২৯০টা।

কনিষ্ঠ অভিযন্তা( বৈদ্যুতিক)

খালী পদৰ সংখ্যাঃ ১২টা।

কনিষ্ঠ অভিযন্তা(মেকানিকেল)

খালী পদৰ সংখ্যাঃ ৬৬টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২চেপ্টেম্বৰ, ২০২০।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ন্যূনতম ২১ বছৰৰ পৰা সৰ্বোচ্চ ৩৮ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি