Begin typing your search above and press return to search.

কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগ (এ পি এছ চি)-এ আবেদন বিচাৰিছে।

কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 July 2020 1:08 PM GMT

খালী পদৰ সংখ্যাঃ ৩৪৪টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ ১ জানুৱাৰীত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৭-২০২০।

সবিশেষ জানিবলৈ http://apsc.nic.in/misc_2020/DR_Form_19June2020.pdf চাওক।

Next Story