পদসমূহঃ ফাংচনেল প্ৰৱন্ধক/ প্ৰকল্প প্ৰৱন্ধক/ উপ-সঞ্চালক
খালী পদৰ সংখ্যাঃ ২১টা।
বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ৩০ বছৰতকৈ কম আৰু ৪৫বছৰতকৈ অধিক হ'ব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।
সবিশেষ জানিবলৈ http://apsc.nic.in/advt_2020/Advt_No_04_2020_26June2020.pdfচাওক।