Begin typing your search above and press return to search.

বিভিন্ন ধৰণৰ পদত নিযুক্তিৰ বাবে লোকসেৱা আয়োগৰ আবেদন আহ্বান

অসম লোকসেৱা আয়োগ(এ পি এছ চি)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বিভিন্ন ধৰণৰ পদত নিযুক্তিৰ বাবে লোকসেৱা আয়োগৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2020 12:53 PM GMT

পদসমূহঃ ফাংচনেল প্ৰৱন্ধক/ প্ৰকল্প প্ৰৱন্ধক/ উপ-সঞ্চালক খালী পদৰ সংখ্যাঃ ২১টা। বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ৩০ বছৰতকৈ কম আৰু ৪৫বছৰতকৈ অধিক হ'ব নালাগিব। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত ২৫০টকা। এছ টি, এছ টি, এম অ বি চি আদি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৫০টকা। বি পি এল প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে।

ঠিকনাঃ উপ-সচিব, এ পি এছ চি, জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী-৭৮১-০২২।

সবিশেষ জানিবলৈ http://apsc.nic.in/advt_2020/Advt_No_04_2020_26June2020.pdfচাওক।

আৰু পঢ়িব পাৰেঃ আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

Next Story
চাকৰি