Begin typing your search above and press return to search.
অসম লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান
অসম লোকসেৱা আয়োগ (এ পি এছ চি)-এ সহকাৰী গৱেষণা বিষয়া/ সহকাৰী পৰিকল্পনা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

By :
খালী পদৰ সংখ্যাঃ ১৫ টা৷
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এ পি এছ চিৰ অফিচিয়েল অধিসূচনাত উল্লেখ কৰা অনুসৰি হ'ব লাগিব ৷
নিযুক্তিৰ স্থানঃ গুৱাহাটী ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২১৷
এ পি এছ চিৰ ৱেবছাইট www.apsc.nic.in ৰ পৰা আবেদন জনাব পাৰিব ৷ ০১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা ৩০ছেপ্টেম্বৰ, ২০২১লৈ আবেদন জনাব পাৰিব ৷
Next Story