Begin typing your search above and press return to search.

অসম লোকসেৱা আয়োগৰ গৱেষণা সহায়ক নিযুক্তি

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

অসম লোকসেৱা আয়োগৰ গৱেষণা সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Oct 2021 10:49 AM GMT


অসম লোকসেৱা আয়োগ (এ পি এছ চি)-এ গৱেষণা সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


খালী পদৰ সংখ্যাঃ ৪৫টা। ইয়াৰে ১৮ টা অ-সংৰ৭িত, ৮টা অ বি চি/ এম অ বি চি, ৬টা ভৈয়াম জনজাতি , পাহাৰীয়ী জনজাতি, ৬ টা অনুসূচিত জাতি আৰু ৫ টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

দৰমহাঃ মাহিলী ২২ হেজাৰ টকাৰ পৰা ৯৭ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-১১-২০২১।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী পৰিসংখ্যা/ অৰ্থনীতি / গণিত/কৃষি অৰ্থনীতি/ সমাজশাস্ত্ৰ/ নৃতত্ব/ ছচিয়েল ৱৰ্ক/ বিজনেছ এডমিনিষ্ট্ৰেচন/ অবিজনেছ মেনেজমেণ্ট / ভূগোল / বাণিজ্য-- এই বিষয়সমূহৰ যিকোনো এটাসহ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি