Begin typing your search above and press return to search.

কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগ(এ পি এছ চি)-এ অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2020 12:08 PM GMT

খালী পদৰ সংখ্যাঃ ৩৬৮টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী ( এছ চি টি ই) স্বীকৃতিপ্ৰাপ্ত পলিটেকনিকৰ পৰা তিনি বছৰীয়া ডিপ্লমা থাকিবই লাগিব। দূৰ শিক্ষাৰ জৰিয়তে লাভ কৰা ডিপ্লমা গ্ৰহণযোগ্য নহব। আবেদনৰ সৈতে শিক্ষাগত অৰ্হতাৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৯-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু ই ডব্লিউ এছৰ বাবে ২৫০.০০টকা। SC/ST/OBC/MOBC-ৰ বাবে ১৫০ টকা। বি পি এলৰ প্ৰাৰ্থীয়ে আবেদন মাচুল জমা দিব নালাগে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ নেচনেল বুক ট্ৰাষ্টত সম্পাদনা সহযোগীৰ প্ৰয়োজন

Next Story