Begin typing your search above and press return to search.

অসম চৰকাৰ‌ APTDC ত নিযুক্তি ২০২০

Assam govt

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 May 2020 9:41 AM GMT

অসম চৰকাৰ‌ APTDC ত নিযুক্তি ২০২০


পদৰ নাম : ১) প্ৰজেক্ট লিড মেনেজাৰ (গ্ৰেড ২)

পদৰ সংখ্যা- ০১

দৰমহা- ২৫,০০০

বয়স -২৮-৩৫ বছৰ

শিক্ষাগত অৰ্হতা - স্নাতকোত্তৰ ( বানিজ্য, অৰ্থনীতি, )

২) প্ৰজেক্ট এক্সিকিউটিভ (গ্ৰেড ২)

পদৰ সংখ্যা - ০১

দৰমহা-২০,০০০

বয়স - ২৫-৩০

৩ ) প্ৰজেক্ট এচিচটেন্ট

পদৰ সংখ্যা - ০১

দৰমহা-১৫,০০০

বয়স - ২৩-৩০

সাক্ষাৎকাৰৰ স্থান -Assam Plain Tribes Development Corporation, Ganeshguri, Guwahati-781006.

কেনেদৰে আৱেদন জনাব - তথ্য সমূহ তলত দিয়া ঠিকনালৈ ১০ মে'ৰ আগত প্ৰেৰণ কৰিব লাগিব -

To The Managing Director, Assam Plain Tribes Development Corporation Ganeshguri, Guwahati-06, Assam Email: aptdcghy@gmail.com


অন্য খবৰ‌ পঢ়ক : অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি


Next Story
চাকৰি