ARIAS সমাজত বিভিন্ন ধৰণৰ বিশেষজ্ঞৰ পদখালী

অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱাসমূহৰ সমাজ(ARIAS)-এ নিম্নোক্ত বিশেষজ্ঞ পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ARIAS সমাজত বিভিন্ন ধৰণৰ বিশেষজ্ঞৰ পদখালী
Published on

পদসমূহঃ

ছেক্টৰ এক্সপাৰ্ট( এগ্ৰিবিজনেছ এণ্ড মাৰ্কেটিং)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী Agribusiness/ Agribusiness Management/ Agricultural Marketing/ Agricultural Economicsৰ ন্যূনতম দুবছৰীয়া পাঠ্যক্ৰমৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

ছেক্টৰ এক্সপাৰ্ট(কৃষি আৰু উদ্যানশস্য)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কৃষিবিজ্ঞান বা উদ্যানশস্যৰ ন্যূনতম দুবছৰীয়া পাঠ্যক্ৰমৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি কৃষি বা উদ্যানশস্য খণ্ডত কাম কৰাৰ ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

ছেক্টৰ এক্সপাৰ্ট(মীনপালন)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ মীনপালন(ফিচাৰি)ৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ ন্যূনতম দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰৰ কামত ন্যূনতম ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

ছেক্টৰ এক্সপাৰ্ট(পশুধন)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ পশুচিকিত্ বিজ্ঞান বা পশুপালনত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰৰ কামত অন্ততঃ ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

পৰিসংখ্যাবিদ

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ পৰিসংখ্যা বিজ্ঞান বা কৃষি পৰিসংখ্যা বিজ্ঞানত ন্যূনতম দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰৰ কামত অন্ততঃ ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫০ বছৰ। 

আবেদনঃ অহা ২৫ জুনৰ ভিতৰত প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদনপত্ৰ hrarias@arias.in/ hrdepariass@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com