Begin typing your search above and press return to search.

সশস্ত্ৰ বাহিনী চিকিত্সা সেৱাত ২০০ পদত বিষয়া নিযুক্তি

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদিৰ তথ্য তলত দিয়া হৈছে:-

সশস্ত্ৰ বাহিনী চিকিত্সা সেৱাত ২০০ পদত বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-30T15:46:15+05:30


সশস্ত্ৰ বাহিনী চিকিত্সা সেৱাঃ সশস্ত্ৰ বাহিনী বিশেষ সেৱা হৈছে দেশৰ প্ৰথম ত্ৰি-সেৱা (সেনা, নৌ সেনা আৰু বায়ু সেনাক সামৰি) সংস্থা আৰু ই হৈছে দেশৰ অন্যতম বৃহত্ চিকিত্সা সেৱা। এই সেৱাৰ অধীনত দেশত অত্যাধুনিক তৃতীয় স্তৰৰ চিকিতসাৰ বাবে হাস্পতাল আছে। এই হাস্পতালসমূহত সশস্ত্ৰ বাহিনীসমূহত কৰ্মৰত আৰু প্ৰাক্তন কৰ্মীসকলক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলক চিকিত্সা সেৱা আগবঢো়ৱা হয়। আৰ্মী মেডিকেল কৰ্পছে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত সেৱা আগবঢ়ায়।

সশস্ত্ৰ বাহিনী চিকিত্সা সেৱা( AFMS)-ত ২০০ এছ এছ চি বিষয়া নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ



পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম

এছ.এছ.চি. বিষয়া

চাকৰিৰ স্থান

সমগ্ৰ ভাৰতত

খালী পদৰ সংখ্যা

২০০টা।

আবেদনৰ মাচুল

সকলো প্ৰাৰ্থী: ২০০/- টকা

পৰিশোধৰ পদ্ধতি: অনলাইন

বয়সসীমা

৩০ ৰ পৰা ৩৫ বছৰ ।

অন্তিম তাৰিখ

৩০/১১/২০২১

শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী/ডিপ্লোমা সম্পূৰ্ণ কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে এএফএমএছৰ অফিচিয়েল ৱেবছাইটত অনলাইন আবেদন কৰিব পাৰে amcsscentry.gov.in

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ ।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক


Next Story