আৰ্মী ইনষ্টিটিউট অৱ নাৰ্ছিং, গুৱাহাটীত টিউটৰৰ পদ খালী

এই বিষয়ে তলত অধিক তথ্য পাব।
আৰ্মী ইনষ্টিটিউট অৱ নাৰ্ছিং, গুৱাহাটীত টিউটৰৰ পদ খালী
Published on: 

আৰ্মী ইনষ্টিটিউট অৱ নাৰ্ছিং, গুৱাহাটীয়ে টিউটৰ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।  

খালী পদৰ সংখ্যাঃ ০৫টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এম এচ চি(নাৰ্ছিং) উত্তীৰ্ণ হব লাগিব বা এবছৰৰ কৰ্ম-অভিজ্ঞতাসহ বি এছ চি নাৰ্ছিং হব লাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ৩০-০৯-২০২১।

দৰমহাঃ তথ্য উপলব্ধ নহয়।

আবেদন অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ স্পীড পোষ্ট বা পঞ্জীয়নকৃত পোষ্ট বা হাতে হাতে আৰ্মী ইনষ্টিটিউট অৱ নাৰ্ছিং, মাৰফটঃ ১৫১ বেছ হাস্পতাল, বশিষ্ট মন্দিৰ পথ, গুৱাহাটী এই ঠিকনাত জমা দিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com