আৰ্মি পাব্লিক স্কুল নাৰেংগী, একাউণ্টেন পদত নিযুক্তি ২০২০

আৰ্মি পাব্লিক স্কুল নাৰেংগী, একাউণ্টেন পদত নিযুক্তি ২০২০
Published on: 

আৰ্মি পাব্লিক স্কুল নাৰেংগী, একাউণ্টেন পদত নিযুক্তি ২০২০

গুৱাহাটীৰ নাৰেংগী অৱস্থিত আৰ্মি পাব্লিক স্কুলত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - একাউণ্টেন

পদৰ সংখ্যা -০১

অৰ্হতা - বাণিজ্য বিভাগত স্নাতক

কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

৫ বছৰৰ অভিজ্ঞতা।

কেনেদৰে আবেদন জনাব - ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া লিংকটোৰ সহায়ত আবেদন জনাব পাৰিব--

www.apsnarangi.com.

অন্তিম তাৰিখ-১৫-০৬-২০২০

অধিক জানিবৰ বাবে : click here 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com