অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত নিযুক্তি ২০২০

অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত নিযুক্তি ২০২০
Published on: 

অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত নিযুক্তি ২০২০

অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত জুনিয়ৰ ইন্জিনিয়াৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : জুনিয়ৰ ইন্জিনিয়াৰ

পদৰ সংখ্যা:০৬

দৰমহা: ২০,০০০/- টকা প্ৰতি মাহ

বয়স: ১৮ৰ পৰা ৪০ বছৰ

কৰ্ম স্থান: ইটানগৰ

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

আবেদন শেষ তাৰিখ: ১৫/০২/২০২০

ঠিকনা: Arunachal Police Housing and Welfare Corporation Limited, Police Headquarters, Itanagar, Arunachal Pradesh.

**প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ TA/DA প্ৰদান কৰা নহয়।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com