Begin typing your search above and press return to search.

অৰুণাচল প্ৰদেশ ষ্টাফ ছিলেকচন বোৰ্ডৰ ব্যক্তিগত সহায়ক নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

অৰুণাচল প্ৰদেশ ষ্টাফ ছিলেকচন বোৰ্ডৰ ব্যক্তিগত সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Dec 2021 9:36 AM GMT

অৰুণাচল প্ৰদেশ ষ্টাফ ছিলেকচন বোৰ্ডৰ বিষয়েঃ

অৰুণাচল প্ৰদেশ চৰকাৰে ২০১৮ত অৰুণাচল প্ৰদেশ ষ্টাফ ছিলেকচন বোৰ্ড স্থাপন কৰে। ৰাজ্যখনৰ চৰকাৰৰ সকলো ধৰণৰ গ্ৰুপ-চি পদত নিযুক্তিৰ বাবে এই বোৰ্ড প্ৰতিষ্ঠা কৰা হৈছে। এই বোৰ্ড প্ৰতিষ্ঠা হৈছে অৰুণাচল প্ৰদেশ চৰকাৰৰ এটা যুগান্তকাৰী সিদ্ধান্ত। বোৰ্ডৰ জৰিয়তে নিকা, মুক্ত আৰু মেধাভিত্তিত প্ৰাৰ্থী নিয়ুক্তি দিয়া এটা ব্যৱস্থা গঢ়ি তোলা হয়।


অৰুণাচল প্ৰদেশ ষ্টাফ ছিলেকচন বোৰ্ডৰ নিযুক্তিঃ

অৰুণাচল প্ৰদেশ ষ্টাফ ছিলেকচন বোৰ্ডে ব্যক্তিগত সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ



পদৰ নাম

ব্যক্তিগত সহায়ক (ষ্টেনোগ্ৰাফাৰ, গ্ৰেড-৩)

খালী পদৰ সংখ্যা

৮১ টা। স্থান অনুসৰি পদঃ সাধাৰণ প্ৰশাসনত: ৭১টা, : নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণত ৪টা, অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগত ১ টা। টম্বো ৰিবা ইনষ্টিটিউট অৱ হেলথ এণ্ড মেডিকেল ছায়েন্সেছত ২টা। পি ডব্লিউ ডিত ৩টা। 5

বয়সসীমা

১৮ ৰ পৰা ৩২ বছৰ। অৰুণাচল প্ৰদেশ চৰকাৰৰ নিয়মানুসৰি বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

৫ জানুৱাৰী, ২০২১।

চাকৰিৰ স্থান

অৰুণাচল প্ৰদেশ।

অন্তিম তাৰিখ

২০ ডিচেম্বৰ ২০২১

দৰমহা

২৯, ২০০ টকাৰ পৰা ৯২, ৩০০টকা।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতা/যোগ্যতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত যিকোনো শাখাৰ স্নাতক ডিগ্ৰী।


আবেদনৰ প্ৰক্ৰিয়া:

১৫ ডিচেম্বৰ, ২০২১ৰ পৰা ৫ জানুৱাৰী, ২০২২লৈ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ ৱেবছাইট https://apssb.nic.in/-ৰ পৰা আবেদন জনাব পাৰিব।


বাছনি প্ৰক্ৰিয়া :

পৰ্যায়ঃ ১ঃ ষ্টেনোগ্ৰাফাৰ পৰীক্ষা।

পৰ্য়ায়-২ঃ বস্তুনিষ্ট বহু বিকল্পৰ প্ৰশ্ন।



আৰু পঢ়ক:দিচপুৰ মহাবিদ্যালয়,গুৱাহাটী নিযুক্তি ২০২১: অধ্যক্ষৰ পদখালী


Next Story
চাকৰি