অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰকিউৰমেণ্ট বিষয়া নিযুক্তি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সংগ্ৰহ বিষয়া (প্ৰকিউৰমেণ্ট অফিচাৰ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰকিউৰমেণ্ট বিষয়া নিযুক্তি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়ে:

২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ প্ৰতিষ্ঠা কৰা হৈছে। ২০০৬ চনত দুৰ্যোগ ব্যৱস্থাপনা আইন গ্ৰহণৰ সৈতে ২০০৭ চনত এই কৰ্তৃপক্ষ প্ৰতিষ্ঠাৰ জাননী জাৰি কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ইয়াৰ অধ্যক্ষ আৰু ৰাজহ মন্ত্ৰী ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উপাধ্যক্ষ। কৰ্তৃপক্ষৰ আদেশ কাৰ্যকৰী কৰিবলৈ ৰাজ্যিক কাৰ্যকৰী সমিতিয়ে মুখ্য সচিবক ইয়াৰ অধ্যক্ষ হিচাপে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ব্যৱস্থা অনুসৰি জাননী প্ৰদান কৰিছে। ৰাজ্যিক কৰ্তৃপক্ষৰ কাম-কাজ সম্পাদন কৰাৰ বাবে বিষয়া, পৰামৰ্শদাতা আৰু কৰ্মচাৰীৰ সৈতে ASDMA সচিবালয় ২০১০ চনত সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়।

ASDMA-য়ে অসমৰ সকলো ২৭ খন জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক জাননী দিছে আৰু জিলাখনত দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যকলাপ চলাবলৈ বিষয়াসকলক নিযুক্তি দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সংগ্ৰহ বিষয়া ( প্ৰকিউৰমেণ্ট অফিচাৰ ) নিযুক্তিৰ বাবে   যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ।

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিযুক্তি ২০২২ঃ 

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই  সংগ্ৰহ বিষয়া (প্ৰকিউৰমেণ্ট অফিচাৰ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ 

 এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

প্ৰকিউৰমেণ্ট বিষয়া। 

পদৰ সংখ্যা

১  টা। 

দৰমহা

মাহিলী ৭০ হেজাৰৰ পৰা ৮০ হেজাৰ টকা। 

চাকৰিৰ স্থান

গুৱাহাটী। 

আবেদনৰ মাচুল

নাই। 

অন্তিম তাৰিখ

১৮ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট

sdmassam.nic.in

শিক্ষাগত অৰ্হতাঃ 

প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  চিভিল ইঞ্জিনীয়াৰিঙৰ বি ই / বি েক হব লাগিব। 

অভিজ্ঞতাঃ 

প্ৰাাৰ্থীৰ ৰাজহুৱা সংগ্ৰহ আৰু বা প্ৰকল্প ব্যৱস্থপনাৰ কামত ন্যূনতম ৩ বছৰৰ অবিজ্ঞতা থাকিব লাগিব। 

তদুপৰি বিশ্ব বেংক অথবা আন মাল্টিলেটাৰেল ডেভেলপমেণ্ট বেংকৰ সংগ্ৰহ বা প্ৰকিউৰমেণ্ট নীতি অনুসৰি  সংগ্ৰহ বা প্ৰকিউৰমেণ্টৰ কামৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰথমে sdmassam.nic.in ৱেবছাইট চাব। 

তাৰ পাছতে উক্ত ৱেবছাইটৰ  কি চাকৰিৰ বাবে আবেদন কৰিছে তাৰ Recruitment  বা Careers অপচন চাব। 

ৱেবছাইট বা নটিফিকেচন লিংকৰ পৰা প্ৰকিউৰমেণ্ট অফিচাৰৰ নিযুক্তি বিজ্ঞাপন ডাউনলোড কৰক। 

আবেদ প্ৰ-পত্ৰ পূৰণৰ পূৰ্বে শেষ তাৰিখ চাব। 

কোনো ভুল নোহোৱাকৈ সাদানেৰে আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ ১৮ ফেব্ৰুৱাৰী, ২০২২-ৰ  ভিতৰত পোৱাকৈ আবেদন জমা দিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com