Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ পদখালী

অসম কৃষি বিশ্ববিদ্যালয়ে নিম্নোক্ত পদসমূহত নিয়োগৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

অসম কৃষি বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2021 12:35 PM GMT

পদসমূহঃ

ছিনিয়ৰ ৰিচাৰ্ছ ফেলো

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৩১,০০০টকাৰ পৰা ৩৫,০০০টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী প্লাণ্ট পেথোলজী / উদ্যানশস্য / মাইক্ৰবায়োলজীৰ স্পেচিয়েলাইজেচনসহ কৃষি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

প্ৰজেক্ট ফেলো, খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ২০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ কৃষিবিজ্ঞান / উদ্যানশস্যৰ বি এছ চি ডিগ্ৰীধাৰী হব লাগিব।

ক্ষেত্ৰ সহায়ক, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ উদ্ভিদ বিজ্ঞানৰ বি এছ চি।

দৰমহাঃ ১৯,৪৪০টকা।

বয়সৰ সীমাঃ ৪০ বছৰ। অৱশ্যে অবিচি প্ৰাৰ্থীয়ে তিনি বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ বয়স ৰেহাই পাব।

ই-মেইলঃ popy.bora@aau.ac.in।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৬-২০২১।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ অহা ২২ জুনৰ ভিতৰত popy.bora@aau.ac.in on লৈ প্ৰেৰণ কৰিব পাৰিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অনলাইন সাক্ষাতকাৰ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

Next Story
চাকৰি