অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী
Published on

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'।

খালী পদৰ সংখ্যা : ০১।

বয়স : ৩৫বছৰ । 

দৰমহা : ৩১,০০০ টকা, (মাহিলী)।

নিযুক্তিৰ স্থান : যোৰহাট, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৪/১০/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা জীৱ বিজ্ঞান, উদ্ভিদ প্ৰজনন আৰু জৈৱ প্ৰযুক্তি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজ স্বাক্ষৰ যুক্ত নথি পত্ৰৰ প্ৰতিলিপিসহ অহা ০৪ অক্টোবৰ তাৰিখে পুৱা ১০:০০ বজাৰ অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিব লাগিব।

সাক্ষাৎকাৰৰ অৱস্থান : প্ৰধান বৈজ্ঞানিকৰ কাৰ্যালয়, RARS, অসম কৃষি বিশ্ববিদ্যালয়, তিতাবৰ, অসম ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com