অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদখালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদখালী

অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰকল্প সহায়কৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম -প্ৰকল্প সহায়ক ।

খালী পদ-২টা ।

অৱস্থান -গুৱাহাটী, অসম ।

দৰমহা -১০,৫০০/- টকা (প্ৰতি মাহে )।

আবেদনৰ অন্তিম তাৰিখ- ১৯/১০/২০২১

বয়সৰ সীমা নাই ।

শিক্ষাগত অৰ্হতা-স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ কৰা প্ৰাৰ্থীজনে ১৯ অক্টোবৰ ২০২১ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৱাক-ইন-ইণ্টাৰভিউত "মুখ্য বিজ্ঞানী, উদ্যানপালন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, খাইকুচি, গুৱাহাটী-৭৮১০১৭ ৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com