Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ প্ৰয়োজন

অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jun 2021 8:05 AM GMT

খালী পদৰ সংখ্যাঃ দুটা ৷

দৰমহাঃ মাহিলী ২৫হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ চাহ পালন প্ৰযুক্তিবিদ্যাসহ প্ৰাৰ্থী কৃষিবিজ্ঞানৰ এম এছ চি হ'ব লাগিব। অথবা জীৱ ৰসায়নসহ কৃষি বিজ্ঞানৰ এম এছ চি বা কৃষি ৰসায়নৰ এম এছ চি হ'ব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-০৭-২০২১৷

নিযুক্তিৰ স্থানঃ যোৰহাট ৷

আবেদনৰ নিয়মঃ অনলাইন।

ৱেবছাইটঃ www.aau.ac.in ৷

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক ৷

সাক্ষাৎকাৰৰ তাৰিখঃ ০৬-০৭-২০২১৷

আগ্ৰহী প্ৰাৰ্থীয়ে অনুমোদিত প্ৰ-পত্ৰত আবেদন আৰু বায়োডাটা gautam.saikia@aau.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি