Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্য়ালয়ত প'ষ্ট ডক্টৰেল নিযুক্তি

অসম কৃষি বিশ্ববিদ্যালয়ে প'ষ্ট ডক্টৰেল পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰেঃ

অসম কৃষি বিশ্ববিদ্য়ালয়ত পষ্ট ডক্টৰেল নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2021 11:33 AM GMT

অসম কৃষি বিশ্ববিদ্য়ালয় হৈছে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য হৈছে কৃষি খণ্ডৰ বাবে বিশ্বমানৰ মানৱ সম্পদ তৈয়াৰ কৰা। ইয়াৰ জৰিয়তে কৃষকসকল আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৰাসকলৰ উপকাৰ্থে কৃষিক্ষেত্ৰত গৱেষণা চলোৱা। লগতে সাধাৰণ মানুহৰ খাদ্য সুৰক্ষা নিশ্চিত কৰা।


অসম কৃষি বিশ্ববিদ্য়ালয়ত পদ খালীঃ

অসম কৃষি বিশ্ববিদ্যালয়ে প'ষ্ট ডক্টৰেল পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰেঃ


পদৰ নামঃ

প'ষ্ট ডক্টৰেল

খালী পদৰ সংখ্যাঃ ৩টা।

নিযুক্তিৰ স্থানঃ যোৰহাট, অসম।

দৰমহাঃ মাহিলী ৪৭ হেজাৰ টকা।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০ ডিচেম্বৰ, ২০২১।

ৱেবছাইটঃ aau.ac.in।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ স্কৃীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বায়োটেকনোলজী/ বায়োটেকনোলজী / প্লাণ্ট ব্ৰীডিঙত পি এইচ ডি থাকিব লাগিব। প্ৰাৰ্থীৰ গৱেষণাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰ্ৰক্ৰিয়াঃ

আবেদন জনোৱাৰ সময়ত aau.ac.in ৱেবছাইট চাব।

উক্ত ৱেবছাইটৰ Recruitment or Careers অপচন চাব।

কেনেদৰে আবেদন জনাবঃ

অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত প্ৰ-পত্ৰত অহা ২০ ডিচেম্বৰৰ ভিতৰত dbt.aau@gmail.com, bidyut.sarmah@aau.ac.in-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।



Next Story
চাকৰি