Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত যুব পেচাদাৰীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

অসম কৃষি বিশ্ববিদ্যালয়ত যুব পেচাদাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2021 5:00 AM GMT

অসম কৃষি বিশ্ববিদ্যালয়ত যুব পেচাদাৰীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : যুৱ পেচাদাৰী-২

খালী পদৰ সংখ্যা : ০১টা।

বয়স : ন্যূনতম : ২১বছৰ ।

অধিকতম : ৪৫ বছৰ ।

দৰমহা : ৩৫,০০০ টকা ( মাহিলী)।

নিযুক্তিৰ স্থান : বাক্সা, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/০৯/২০২১

প্ৰকল্প বিষয় : Establishment of Biotech - KISAN HUB at RRLRRS, ICAR - NRRI", গেৰুৱা, অসম।

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান বিষয়ত স্নাতকোত্তাৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা :

• কম্পিউটাৰৰ কামত অভিজ্ঞ হ'ব লাগিব। লগতে ডাটা এনালাইচিচ বিষয়ে জ্ঞাত হ'ব লাগিব।

• স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।

• আকাংক্ষিত জিলাৰ স্থানীয় গ্ৰাম্য কৃষিৰ বিষয়ে অৱগত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ৭ ছেপ্টেম্বৰৰ ২০২১ তাৰিখে পুৱা ১১বজাৰ পৰা কে. ভি. কে. বাক্সাত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব।

• সাক্ষাৎকাৰৰ বাবে অহা সকলো প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ জমা কৰিব লাগিব।

• ইয়াৰ হেতু কোনো ধৰণৰ TA/ DA গ্ৰহণযোগ্য নহয়।

বাছনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা বা সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি এই বাছনি কৰা হ'ব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি