Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2021 7:58 AM GMT

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত যুৱ পেচাদাৰীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম :যুৱ পেচাদাৰী-২

খালী পদৰ সংখ্যা : ০৫টা।

বয়স : ৪৫ বছৰ।

দৰমহা : ৩৫,০০০ টকা, (মাহিলী)।

নিযুক্তিৰ স্থান : যোৰহাট, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৭/০৯/২০২১।

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গাৰ্হস্থ্য বিজ্ঞান বিষয়ত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

• খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি

• পৰিয়াল সাধন ব্যৱস্থাপনা আৰু উপভোক্তা বিজ্ঞান

• মানৱ উন্নয়ন আৰু পৰিয়াল অধ্যয়ন

• বস্ত্ৰ আৰু কাপোৰ কানি ৰূপাঙ্কণ

• কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সম্প্ৰসাৰণ আৰু যোগাযোগ ব্যৱস্থাপনা কৰা হ'ব লাগিব।

আকাংক্ষিত :

কম্পিউটাৰ বিজ্ঞানত দক্ষতা প্ৰাপ্ত প্ৰাৰ্থী আকাংক্ষিত।

আবেদন প্ৰক্ৰিয়া : এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহক অহা ২৭ ছেপ্টেম্বৰ তাৰিখে পুৱা ১১:০০ বজাৰ পৰা AICRP গৱেষণাগাৰ, খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি, আসাম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

সাক্ষাৎকাৰৰ বাবে অহা সকলো প্ৰাৰ্থীকে নিজৰ বায়ডাটা, স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ ( প্ৰকৃত ) লগত আনিবলৈ অনুৰোধ জনোৱা হ'ল।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি