Begin typing your search above and press return to search.

অসম বায়োৰিফাইনেৰী লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান

অসম বায়োৰিফাইনেৰী প্ৰাইভেট লিমিটেডে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম বায়োৰিফাইনেৰী লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jun 2021 2:35 PM GMT

পদসমূহঃ

সহকাৰী প্ৰৱন্ধক (ছফটৱেৰ ডেভেলপৰা)ঃ খালী পদৰ ,সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ আই টিৰ বি ই / বি টেক বা অম চি এ। অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব।

প্ৰৱন্ধক(আইন), খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ উন্নত শৈক্ষিক কেৰিয়াৰসহ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা আইনৰ এল এল বি ডিগ্ৰী থাকিব লাগিব।

প্ৰৱন্ধক (মেকানিকেল), খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ ভাল শৈক্ষিক কেৰিয়াৰসহ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ বি ই বা বিটেক হব লাগিব। বাঁহ, কাগজ, হাইড্ৰোকাৰ্বন, কেমিকেল, সাৰ আদি উদ্যোগত ন্যূনতম ৮ বছৰ কাম কৰা ব্যক্তিয়ে অগ্ৰাধিকাৰ পাব।

প্ৰৱন্ধক( বৈদ্যুতিক), খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ ভাল শৈক্ষিক কেৰিয়াৰসহ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ বি ই বা বিটেক হব লাগিব। বাঁহ, কাগজ, হাইড্ৰোকাৰ্বন, কেমিকেল, সাৰ আদি উদ্যোগত ন্যূনতম ৮ বছৰ কাম কৰা ব্যক্তিয়ে অগ্ৰাধিকাৰ পাব।

লীড এক্সিকিউটিভ(কোষাগাৰ), খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা এম বি এ(বিত্ত) বা চাৰ্টাৰ্ড একাউনটেণ্ট হব লাগিব। ন্যূনতম ৪ বছৰৰ কৰ্ম-অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৭-২০২১।

নিযুক্তিৰ স্থানঃ অসম।

ৱেবছাইটঃ https://www.abrpl.co.in।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন।

আবেদনৰ নিয়মঃ এই ৱেবছাইটৰ জৰিয়তে www.abrpl.co.in অৰ্হতাসম্পন্নসকলে আবেদন জনাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

Next Story
চাকৰি