অসম কৰ্পোৰেটিভ এপেক্স বেংক ত নিযুক্তি ২০২০
অসম কৰ্পোৰেটিভ এপেক্স বেংকত জেনেৰেল মেনেজাৰ, ডেপুটি জেনেৰেল মেনেজাৰ ৰ খালি পদ সমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: জেনেৰেল মেনেজাৰ
পদৰ সংখ্যা: ০২
দৰমহা: ৪৪,৫১০/- টকাৰ পৰা ৯৬,৭৭০/- টকা প্ৰতি মাহ
কৰ্ম স্থান: গুৱাহাটী
আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০
পদৰ নাম: ডেপুটি জেনেৰেল মেনেজাৰ
পদৰ সংখ্যা: ০৩
দৰমহা: ৩৯,৮৯০/- টকা ৰ পৰা ৯২,২১০/- টকা প্ৰতি মাহ।
কৰ্ম স্থান: গুৱাহাটী
আবেদনৰ শেষ তাৰিখ: ১০/০২/২০২০
ঠিকনা: The Managing Director, The Assam Co-operative Apex Bank Ltd., H.O., Panbazar, H.B. Road,, Guwahati-781001, Kamrup (M), Assam
বাচনি প্ৰক্ৰিয়া: যোগ্যতা ৰ ওপৰত ভিত্তি কৰি বাচি উলিওৱা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে আমন্ত্রণ কৰা হব
কেনেদৰে আবেদন কৰিব:
১/ আবেদনসমূহ বেংকৰ মেনেজিং ডাইৰেক্টৰ ওচৰত ১০/০২/২০২০ৰ ৫:০০ বজাৰ ভিতৰত জমা দিব লাগিব।
২/ প্ৰাৰ্থীসকলে www.apexbankassam.com ৱেবচাইটত ত যোগেদি আবেদন কৰিব পাৰিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : ষ্টেট বেংক অৱ ইণ্ডিয়াত নিযুক্তি ২০২০