অসমৰ ডন বস্ক' বিশ্ববিদ্যালয়ত অধ্যাপক- পৰীক্ষাগাৰ সহায়কৰ পদ খালী

অসম ডন বস্কো বিশ্ববিদ্যালয়ে প্ৰাধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক,পৰীক্ষাগাৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ ডন বস্ক' বিশ্ববিদ্যালয়ত অধ্যাপক- পৰীক্ষাগাৰ সহায়কৰ পদ খালী

অসমৰ ডন বস্ক' বিশ্ববিদ্যালয়ৰ বিষয়েঃ

অসমৰ ডন বস্ক' বিশ্ববিদ্যালয় হৈছে এখন ৰাজ্যিক বিশ্ববিদ্যালয় ৷ কেথ'লিক গৱেষণাৰ এই বিশ্ববিদ্যালয় ২০০৮ৰ ১৯ মাৰ্চত চেলেচিয়ান অৱ ডন বস্ক'ৱে প্ৰতিষ্ঠা কৰে ৷ ইয়াক কাৰ্যকৰী কৰে গুৱাহাটীৰ আজাৰাস্থিত ডনবস্ক' সমাজে ৷ এই বিশ্ববিদ্যালয় আনুষ্ঠানিকভাবে অসম ডনবস্ক' বিশ্ববিদ্যালয় আইন, ২০০৯-ৰ জৰিয়তে ২০০৯-ৰ ৯ জানুৱাৰীত প্ৰতিষ্ঠা কৰা হয় ৷ এই বিশ্ববিদ্যালয় অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন, ২০০৭ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে ৷

এই বিশ্ববিদ্যালয় গুৱাহাটীত অৱস্থিত ৷ এই বিশ্ববিদ্যালয় হৈছে অসমৰ প্ৰথমখন ব্যক্তিগত ৰাজ্যিক বিশ্ববিদ্যালয় ৷ অসমৰ ৰাজ্যপালে এই বিশ্ববিদ্যালয়ৰ Visitorৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ নাক-এ এই বিশ্ববিদ্যালয়ক এ-গ্ৰেড প্ৰদান কৰিছে ৷

অসমৰ ডন বস্ক' বিশ্ববিদ্যালয়ত পদখালীঃ 

অসম ডন বস্কো বিশ্ববিদ্যালয়ে প্ৰাধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক আৰু পৰীক্ষাগাৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

প্ৰাধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক, পৰীক্ষাগাৰ সহায়ক

খালী পদ  

প্ৰাধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপকৰ মুঠ ৪ টা। বিষয় অনুসৰি পদ হৈছেঃ উদ্ভিদ বিজ্ঞানৰ ( উদ্ভিদ বিজ্ঞানত এম এছ চি আৰু ফিজিওলজী আৰু বায়োকেমেষ্ট্ৰীৰ স্পেচিয়েলাইজেচনত পি এইচ ডি) ১টা।  প্ৰাণী বিজ্ঞানৰ এটা। পদাৰ্থ বিজ্ঞানৰ এটা আৰু সমাজ ক্ৰমৰ ১ টা। 

পৰীক্ষাগাৰ সহায়কৰ ২ টা। বিষয় অনুসৰি খালী পদঃ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্য়চন ইঞ্জিনীয়াৰিঙৰ ১টা। মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ১টা। 

দৰমহা 

প্ৰতি মাহে ৪০০০০ - ৫০০০০০/- টকা 

চাকৰিৰ স্থান

অসম। 

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

বয়সৰ সীমা

উল্লেখ নাই। 

অন্তিম তাৰিখ

১৯-জানুৱাৰী-২০২২

চাকৰিৰ প্ৰকৃতি

স্থায়ী। 

শিক্ষাগত অৰ্হতাঃ 

পদৰ নাম

খালী পদ  

প্ৰাধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক 

ইউ জি চি আৰু এ আই চি টি ই-ৰ নিয়ম অনুসৰি। প্ৰাৰ্থীৰ শৈক্ষিক পাৰদৰ্শিতা উন্নত হব লাগিব। 

পৰীক্ষাগাৰ সহায়ক

মেকানিকেল ইঞ্জিনীয়াৰিংঃ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা।

ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেশ্যচন ইঞ্জিনীয়াৰিংঃ ডিপ্লমা বা বি এছ চি (ইঞ্জিনীয়াৰিং)। নেনো প্ৰযুক্তিৰ জ্ঞান থাকিব লাগিব। 


শিক্ষাগত অৰ্হতা :

এ.এ.আই. চৰকাৰী অধিসূচনা অনুসৰি প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা আই.টি.আই., ডিপ্লোমা সম্পূৰ্ণ কৰিব লাগিব

 আবেদন কৰাৰ পদক্ষেপ : 

১) ইচ্ছ্য়ুক প্ৰাৰ্থীয়ে https://erp.dbuniversity.ac.in/adbu_erp/jobs/-ৰ জৰিয়তে আবেদন জনাব পাৰে।

২) আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯ জানুৱাৰী, ২০২২। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com