Begin typing your search above and press return to search.

বন বিভাগত ফৰেষ্টাৰ পদত নিযুক্তি ২০২০

Assam forest dept

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2020 2:41 PM GMT

বন বিভাগত ফৰেষ্টাৰ পদত নিযুক্তি ২০২০

অসমৰ বন বিভাগৰ বিভিন্ন পদ খালী। হৈছে ।

১)পদৰ নাম - ফৰেষ্টাৰ

পদৰ সংখ্যা -১৪৪

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা- স্নাতক

২) পদৰ নাম -ষ্টেনগ্ৰাফাৰ গ্ৰেড ২

পদৰ সংখ্যা -০২

দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০

অৰ্হতা - স্নাতক

৩)পদৰ নাম - ফৰেষ্ট গাৰ্ড

পদৰ সংখ্যা - ৮১২

দৰমহা- ১৪,০০০ ৰ পৰা ৬০৫০০

অৰ্হতা - উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ

অন্তিম তাৰিখ - ২৫-০৬-২০২০

অধিক জানিবৰ বাবে : click here

Next Story
চাকৰি