অসম চৰকাৰ‌ APTDC ত নিযুক্তি ২০২০

অসম চৰকাৰ‌ APTDC ত নিযুক্তি ২০২০

অসম চৰকাৰ‌ APTDC ত নিযুক্তি ২০২০

পদৰ নাম :

১) প্ৰজেক্ট লিড মেনেজাৰ (গ্ৰেড ২)

পদৰ সংখ্যা- ০১

দৰমহা- ২৫,০০০

বয়স -২৮-৩৫ বছৰ

শিক্ষাগত অৰ্হতা - স্নাতকোত্তৰ ( বানিজ্য, অৰ্থনীতি, )

২) প্ৰজেক্ট এক্সিকিউটিভ (গ্ৰেড ২)

পদৰ সংখ্যা - ০১

দৰমহা-২০,০০০ বয়স - ২৫-৩০

৩ ) প্ৰজেক্ট এচিচটেন্ট

পদৰ সংখ্যা - ০১

দৰমহা-১৫,০০০

বয়স - ২৩-৩০

সাক্ষাৎকাৰৰ স্থান -Assam Plain Tribes Development Corporation, Ganeshguri, Guwahati-781006.

কেনেদৰে আৱেদন জনাব - তথ্য সমূহ তলত দিয়া ঠিকনালৈ ১০ মে'ৰ আগত প্ৰেৰণ কৰিব লাগিব -

To The Managing Director, Assam Plain Tribes Development Corporation Ganeshguri, Guwahati-06, Assam Email: aptdcghy@gmail.com

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com