অসম গ্ৰামীণ বিকাশ বেংকত নিম্নলিখিত পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম - আইন উপদেষ্টা ( Legal advisor)
পদৰ সংখ্যা-০১
দৰমহা-২০,০০০
অৰ্হতা - এল এল বি ডিগ্ৰী
কেনেদৰে আৱেদন জনাব: প্ৰাৰ্থীয়ে তলৰ ঠিকনাত নিজৰ নিজৰ তথ্য সমূহ ৫-০৬-২০২০ ৰ আগত পঠাব পাৰিব -
General Manager
Assam Gramin Vikash Bank Head office,
Bhangagarh, Guwahati-781005, Assam.
অন্তিম তাৰিখ-৫-০৬-২০২০
অধিক জানিবৰ বাবে : click here