অসম গ্ৰামীণ বিকাশ বেংক নিযুক্তি ২০২০

অসম গ্ৰামীণ বিকাশ বেংক নিযুক্তি ২০২০

অসম গ্ৰামীণ বিকাশ বেংকত নিম্নলিখিত পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - আইন‌ উপদেষ্টা ( Legal advisor)

পদৰ সংখ্যা-০১

দৰমহা-২০,০০০

অৰ্হতা - এল এল‌ বি ডিগ্ৰী

কেনেদৰে আৱেদন জনাব: প্ৰাৰ্থীয়ে তলৰ ঠিকনাত নিজৰ নিজৰ তথ্য সমূহ ৫-০৬-২০২০ ৰ আগত পঠাব পাৰিব -

General Manager Assam Gramin Vikash Bank Head office, Bhangagarh, Guwahati-781005, Assam.

অন্তিম তাৰিখ-৫-০৬-২০২০

অধিক জানিবৰ বাবে : click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com