Begin typing your search above and press return to search.

বিজ্ঞান শিক্ষক নিযুক্তিৰ বাবে অসম জাতীয় বিদ্যালয়ৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

বিজ্ঞান শিক্ষক নিযুক্তিৰ বাবে অসম জাতীয় বিদ্যালয়ৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2021 9:01 AM GMT


অসম জাতীয় বিদ্যালয়ৰ বিষয়েঃ অসম জাতীয় বিদ্যালয় ১৯৯৪ৰ ১ জানুৱাৰীত প্ৰতিষ্ঠা কৰা হয়। স্কুলীয়া পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাতৃভাষা মাধ্যমত শিক্ষা সৰ্বশ্ৰেষ্ঠ শিক্ষা বুলি বৈজ্ঞানিকভাবে প্ৰমাণিত হৈছে।


গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে ৰসায়ন বিজ্ঞান / প্ৰাণীবিজ্ঞান / উদ্ভিদ বিজ্ঞানৰ নিযুক্তিৰ বাবে এক চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।


পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

শিক্ষক

খালী পদৰ সংখ্যা

তথ্য উপলব্ধ নহয়।

বয়স

আবেদন গ্ৰহণৰ শেষ তাৰিখত সৰ্বোচ্চ ৪৫ বছৰ।

দৰমহা

প্ৰবেচনৰ সময়ত ১৫,০০০/- টকা (মাহিলী)

শিক্ষাগত অৰ্হতা

সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী। মেট্ৰিক, উচ্চতৰ মাধ্যমিক আৰু স্নাতকত ন্যূনতম ৫৫ শতাংশকৈ নম্বৰ লাভ কৰিব লাগিব। প্ৰাৰ্থী অসমীয়া মাধ্যমত অধ্যয়ন কৰা হব লাগিব। প্ৰাৰ্থীৰ সন্তান থাকিলে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰা হব লাগিব।

আবেদন দাখিলৰ অন্তিম তাৰিখ

২০ /১১/২০২১


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


আৰু চাব পাৰেঃ অসম কৃষি বিশ্ববিদ্যালয়ত অভিযন্তা, কনিষ্ঠ অভিযন্তা, বিষয়া আদি পদ খালী

Next Story
চাকৰি