Begin typing your search above and press return to search.
অসম জাতীয় বিদ্যালয়ত শিক্ষকৰ পদ খালী
অসম জাতীয় বিদ্যালয়,নুনমাটি, গুৱাহাটীয়ে ৰসায়ন বিজ্ঞান/প্ৰাণীবিজ্ঞান/ উদ্ভিদ বিজ্ঞানৰ শিক্ষকৰ নিযুক্তি দিবলৈ লৈছে।

পদৰ নাম: শিক্ষক
পদৰ সংখ্যা: এন/ এ
বিষয়সমূহ: ৰসায়ন বিজ্ঞান/ প্ৰাণীবিজ্ঞান/ উদ্ভিদবিজ্ঞান
বয়স: আবেদনৰ তাৰিখত উৰ্ধতম বয়সৰ সীমা ৪৫ বছৰ।
শিক্ষাগত অৰ্হতা:
১. সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।
২. অসম মাধ্যমৰ স্কুলীয়া শিক্ষাৰ পৃষ্ঠভূমি।
৩. এইচ.এছ.এল.চি., এইচ.এছ.এছ.এল.চি. আৰু ডিগ্ৰীত মুঠ ৫৫% নম্বৰ।
৪. ইচ্ছুক প্ৰাৰ্থীৰ পুত্ৰ/কন্যা (বোৰ), যদি থাকে, বিদ্যালয় পৰ্যায়ত অসমীয়া মাধ্যমত শিক্ষা ল'ব লাগিব।
দৰমহা: প্ৰবেচন সময়ত দৰমহা প্ৰতি মাহে ১৫,০০০/- টকা।
আবেদন পত্ৰখন বিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি প্ৰপত্ৰত পূৰণ কৰি ইমেইলযোগে প্ৰেৰণ কৰিব। jobsassamjatiyabidyalay@gmail.com।
আৱেদন প্ৰপত্ৰ দাখিলকৰাৰ অন্তিম তাৰিখ : ২০/১১/২০২১
আৰু পঢ়ক:ভাৰতীয় ষ্টেট বেঙ্ক (SBI) কেৰাণী পদৰ ফলাফল ২০২১- মুখ্য ফলাফল আৰু নম্বৰ পৰীক্ষা কৰক
Next Story