Begin typing your search above and press return to search.

অসম বিধানসভাত সহকাৰী ভাষা বিষয়া নিযুক্তি

অসম বিধানসভাত সহকাৰী ভাষা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷

অসম বিধানসভাত সহকাৰী ভাষা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2020 10:40 AM GMT

খালী পদৰ সংখ্যাঃ ১টা ৷

দৰমহাঃ মাহিলী ২২হেজাৰ টকাৰ পৰা ৮৭হেজাৰ টকা ৷

নিযুক্তিৰ স্থানঃ দিছপুৰ ৷

বয়সৰ সীমাঃ সকলো ধৰণৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়স ২৫বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৬-২০২০ ৷


সবিশেষ জানিবলৈ http://assamassembly.gov.in/recruitment.pdf চাওক।

Next Story
চাকৰি